caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Adh-Dhaariyat, আয়াত ২৩

মক্কা · অৱতৰণৰ ক্ৰম ৬৭ · 51:23

فَوَرَبِّ ٱلسَّمَآءِ وَٱلْأَرْضِ إِنَّهُۥ لَحَقٌّ مِّثْلَ مَآ أَنَّكُمْ تَنطِقُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে আকাশ আৰু পৃথিৱীৰ প্ৰতিপালকৰ শপত! নিশ্চয় এইটো পৰম সত্য, যেনেকৈ তোমালোকৰ কথা কোৱাটো সত্য।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70