caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Muhammad, আয়াত ২৫

মদিনা · অৱতৰণৰ ক্ৰম ৯৫ · 47:25

إِنَّ ٱلَّذِينَ ٱرْتَدُّوا۟ عَلَىٰٓ أَدْبَٰرِهِم مِّنۢ بَعْدِ مَا تَبَيَّنَ لَهُمُ ٱلْهُدَى ٱلشَّيْطَٰنُ سَوَّلَ لَهُمْ وَأَمْلَىٰ لَهُمْ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় যিসকলে নিজৰ ওচৰত সৎপথ স্পষ্ট হোৱাৰ পিছতো তাৰ পৰা পৃষ্ঠপ্ৰদৰ্শন কৰে, চয়তানে সিহঁতৰ কৰ্মক শোভনীয় কৰি দেখুৱায় আৰু সিহঁতক মিছা আশা দিয়ে।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70