caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Az-Zukhruf, আয়াত ২৯

মক্কা · অৱতৰণৰ ক্ৰম ৬৩ · 43:29

بَلْ مَتَّعْتُ هَٰٓؤُلَآءِ وَءَابَآءَهُمْ حَتَّىٰ جَآءَهُمُ ٱلْحَقُّ وَرَسُولٌ مُّبِينٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanবৰং আমি সিহঁতক আৰু সিহঁতৰ পিতৃ-পুৰুষসকলক ভোগ কৰিবলৈ সুযোগ দিছিলোঁ, অৱশেষত সিহঁতৰ ওচৰত আহিল সত্য আৰু স্পষ্ট বৰ্ণনাকাৰী ৰাছুল।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70