فَٱلْتَقَمَهُ ٱلْحُوتُ وَهُوَ مُلِيمٌ Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত এটা ডাঙৰ মাছে তেওঁক গিলি পেলাইছিল, আৰু তেওঁ নিজকে ধিক্কাৰ দি আছিল।