فَيَأْتِيَهُم بَغْتَةً وَهُمْ لَا يَشْعُرُونَ Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে সেই (শাস্তি)টো সিহঁতৰ ওচৰলৈ আকস্মিকভাৱে আহি পৰিব, অথচ সিহঁতে একোৱে উপলব্ধি কৰিব নোৱাৰিব।