رَبِّ نَجِّنِى وَأَهْلِى مِمَّا يَعْمَلُونَ Assamese Translation - Rafiqul Islam Habibur-Rahman(তেওঁ প্ৰাৰ্থনা কৰি ক’লে,) ‘হে মোৰ প্ৰতিপালক! মোক আৰু মোৰ পৰিয়ালক সিহঁতৰ এই কুকৰ্মৰ পৰা ৰক্ষা কৰা’।