سَيَقُولُونَ لِلَّهِ قُلْ أَفَلَا تَذَكَّرُونَ Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে তৎক্ষণাত ক’ব, ‘আল্লাহৰ’। কোৱা, ‘তথাপিও তোমালোকে শিক্ষা গ্ৰহণ নকৰিবানে’?