caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Anbiyaa, আয়াত ৪৯

মক্কা · অৱতৰণৰ ক্ৰম ৭৩ · 21:49

ٱلَّذِينَ يَخْشَوْنَ رَبَّهُم بِٱلْغَيْبِ وَهُم مِّنَ ٱلسَّاعَةِ مُشْفِقُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযিসকলে নেদেখাকৈয়ে তেওঁলোকৰ প্ৰতিপালকক ভয় কৰে আৰু তেওঁলোকে কিয়ামত সম্পৰ্কে ভীত-সন্ত্ৰস্ত।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70