وَمَآ أَعْجَلَكَ عَن قَوْمِكَ يَٰمُوسَىٰ Assamese Translation - Rafiqul Islam Habibur-Rahmanহে মুছা! তোমাৰ সম্প্ৰদায়ক পিচফালে এৰি থৈ তোমাক খৰখেদা কৰিবলৈ কিহে বাধ্য কৰালে?