caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Maryam, আয়াত ৭২

মক্কা · অৱতৰণৰ ক্ৰম ৪৪ · 19:72

ثُمَّ نُنَجِّى ٱلَّذِينَ ٱتَّقَوا۟ وَّنَذَرُ ٱلظَّٰلِمِينَ فِيهَا جِثِيًّا

Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত আমি উদ্ধাৰ কৰিম তেওঁলোকক, যিসকলে তাক্বৱা অৱলম্বন কৰিছিল আৰু যালিমসকলক তাত নতজানু অৱস্থাত ৰাখি দিম।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70