caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Maryam, আয়াত ৪১

মক্কা · অৱতৰণৰ ক্ৰম ৪৪ · 19:41

وَٱذْكُرْ فِى ٱلْكِتَٰبِ إِبْرَٰهِيمَ إِنَّهُۥ كَانَ صِدِّيقًا نَّبِيًّا

Assamese Translation - Rafiqul Islam Habibur-Rahmanলগতে বৰ্ণনা কৰা এই কিতাবত (উল্লিখিত) ইব্ৰাহীমৰ কথা, নিশ্চয় তেওঁ আছিল পৰম সত্যবাদী, নবী।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70