caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Kahf, আয়াত ৯৭

মক্কা · অৱতৰণৰ ক্ৰম ৬৯ · 18:97

فَمَا ٱسْطَٰعُوٓا۟ أَن يَظْهَرُوهُ وَمَا ٱسْتَطَٰعُوا۟ لَهُۥ نَقْبًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত সিহঁতে (ইয়া’জুজ আৰু মা’জুজে) সেইটো অতিক্ৰম কৰিব নোৱাৰিলে আনকি ফুটা কৰিবও নোৱাৰিলে।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70