caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Kahf, আয়াত ৯৮

মক্কা · অৱতৰণৰ ক্ৰম ৬৯ · 18:98

قَالَ هَٰذَا رَحْمَةٌ مِّن رَّبِّى فَإِذَا جَآءَ وَعْدُ رَبِّى جَعَلَهُۥ دَكَّآءَ وَكَانَ وَعْدُ رَبِّى حَقًّا

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁ ক’লে, ‘এইটো হৈছে মোৰ প্ৰতিপালকৰ অনুগ্ৰহ। কিন্তু যেতিয়া মোৰ প্ৰতিপালকৰ প্ৰতিশ্ৰুত সময় আহিব তেতিয়া তেওঁ ইয়াক চূৰ্ণ-বিচূৰ্ণ কৰি দিব, আৰু মোৰ প্ৰতিপালকৰ প্ৰতিশ্ৰুতি সত্য’।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70