caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা An-Nahl, আয়াত ৯

মক্কা · অৱতৰণৰ ক্ৰম ৭০ · 16:9

وَعَلَى ٱللَّهِ قَصْدُ ٱلسَّبِيلِ وَمِنْهَا جَآئِرٌ وَلَوْ شَآءَ لَهَدَىٰكُمْ أَجْمَعِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সৰল পথে আল্লাহৰ ওচৰলৈকে লৈ যায়, কিন্তু পথবোৰৰ মাজত বক্ৰ পথো আছে। তেওঁ ইচ্ছা কৰিলে তোমালোক আটাইকে সৎপথত পৰিচালিত কৰিব পাৰিলেহেঁতেন।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70