caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা An-Nahl, আয়াত ৩৭

মক্কা · অৱতৰণৰ ক্ৰম ৭০ · 16:37

إِن تَحْرِصْ عَلَىٰ هُدَىٰهُمْ فَإِنَّ ٱللَّهَ لَا يَهْدِى مَن يُضِلُّ وَمَا لَهُم مِّن نَّٰصِرِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতুমি সিহঁতৰ হিদায়তৰ বাবে ঐকান্তিকভাৱে আগ্ৰহী হ’লেও আল্লাহে যাক বিভ্ৰান্ত কৰে তাক তেওঁ কেতিয়াও হিদায়ত নিদিয়ে, আৰু সিহঁতৰ বাবে কোনো সহায়কাৰীও নাই।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70