وَتَأْكُلُونَ ٱلتُّرَاثَ أَكْلًا لَّمًّا Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তোমালোকে উত্তৰাধিকাৰীৰ প্ৰাপ্য সম্পদ সম্পূৰ্ণৰূপে গ্ৰাস কৰি পেলোৱা,