وَلَقَدْ رَءَاهُ بِٱلْأُفُقِ ٱلْمُبِينِ Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু নিশ্চয় তেখেতে (নবীয়ে) তেখেতক (জিব্ৰীলক) স্পষ্ট দিগন্তত দেখিছে,