caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Insaan, আয়াত ১৯

মদিনা · অৱতৰণৰ ক্ৰম ৯৮ · 76:19

وَيَطُوفُ عَلَيْهِمْ وِلْدَٰنٌ مُّخَلَّدُونَ إِذَا رَأَيْتَهُمْ حَسِبْتَهُمْ لُؤْلُؤًا مَّنثُورًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তেওঁলোকৰ চাৰিওফালে প্ৰদক্ষিণ কৰিব চিৰ কিশোৰসকল; যেতিয়া তুমি সিহঁতক দেখিবা তোমাৰ এনেকুৱা লাগিব যেনিবা সিহঁত বিক্ষিপ্ত মুকুতাহে।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70