caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Muzzammil, আয়াত ৯

মক্কা · অৱতৰণৰ ক্ৰম ৩ · 73:9

رَّبُّ ٱلْمَشْرِقِ وَٱلْمَغْرِبِ لَآ إِلَٰهَ إِلَّا هُوَ فَٱتَّخِذْهُ وَكِيلًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেৱেঁই পূৱ আৰু পশ্চিমৰ প্ৰতিপালক, তেওঁৰ বাহিৰে আন কোনো (সত্য) ইলাহ নাই। এতেকে কৰ্মবিধায়ক হিচাপে তুমি তেওঁকেই গ্ৰহণ কৰা।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70