caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Muzzammil, আয়াত ১৭

মক্কা · অৱতৰণৰ ক্ৰম ৩ · 73:17

فَكَيْفَ تَتَّقُونَ إِن كَفَرْتُمْ يَوْمًا يَجْعَلُ ٱلْوِلْدَٰنَ شِيبًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে তোমালোকে যদি কুফুৰী কৰা তেন্তে তোমালোকে সেই দিৱসটোত কেনেকৈ আত্ম ৰক্ষা কৰিবা যিদিনা শিশুসকলক বৃদ্ধাৱস্থালৈ পৰিণত কৰিব,
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70