caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Muzzammil, আয়াত ১৫

মক্কা · অৱতৰণৰ ক্ৰম ৩ · 73:15

إِنَّآ أَرْسَلْنَآ إِلَيْكُمْ رَسُولًا شَٰهِدًا عَلَيْكُمْ كَمَآ أَرْسَلْنَآ إِلَىٰ فِرْعَوْنَ رَسُولًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় আমি তোমালোকৰ বাবে সাক্ষী স্বৰূপে তোমালোকৰ ওচৰলৈ এজন ৰাছুল প্ৰেৰণ কৰিছোঁ, যেনেকৈ ৰাছুল প্ৰেৰণ কৰিছিলোঁ ফিৰআউনৰ ওচৰলৈ।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70