caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Jinn, আয়াত ১৯

মক্কা · অৱতৰণৰ ক্ৰম ৪০ · 72:19

وَأَنَّهُۥ لَمَّا قَامَ عَبْدُ ٱللَّهِ يَدْعُوهُ كَادُوا۟ يَكُونُونَ عَلَيْهِ لِبَدًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু নিশ্চয় যেতিয়া আল্লাহৰ বান্দাই তেওঁক প্ৰাৰ্থনা কৰিবলৈ থিয় হ’ল, তেতিয়া সিহঁতে তেওঁৰ ওচৰত আহি ভিৰ কৰিলে।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70