caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Ma'aarij, আয়াত ৪

মক্কা · অৱতৰণৰ ক্ৰম ৭৯ · 70:4

تَعْرُجُ ٱلْمَلَٰٓئِكَةُ وَٱلرُّوحُ إِلَيْهِ فِى يَوْمٍ كَانَ مِقْدَارُهُۥ خَمْسِينَ أَلْفَ سَنَةٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanফিৰিস্তাসকল আৰু ৰূহ এনে এটা দিনত আল্লাহৰ দিশে ঊৰ্দ্ধগামী হয়, যাৰ পৰিমাণ পঞ্চাশ হাজাৰ বছৰ।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70