وَإِنَّا لَنَعْلَمُ أَنَّ مِنكُم مُّكَذِّبِينَ Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি নিশ্চয় জানো যে, তোমালোকৰ মাজত কিছুমান মিথ্যাৰোপকাৰী আছে।