caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Haaqqa, আয়াত ১৯

মক্কা · অৱতৰণৰ ক্ৰম ৭৮ · 69:19

فَأَمَّا مَنْ أُوتِىَ كِتَٰبَهُۥ بِيَمِينِهِۦ فَيَقُولُ هَآؤُمُ ٱقْرَءُوا۟ كِتَٰبِيَهْ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেতিয়া যাৰ আমলনামা তাৰ সোঁ হাতত দিয়া হ’ব সি (আনন্দত বেলেগক) ক’ব, ‘এয়া লোৱা, মোৰ আমলনামা পঢ়ি চোৱা’।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70