caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Qamar, আয়াত ১২

মক্কা · অৱতৰণৰ ক্ৰম ৩৭ · 54:12

وَفَجَّرْنَا ٱلْأَرْضَ عُيُونًا فَٱلْتَقَى ٱلْمَآءُ عَلَىٰٓ أَمْرٍ قَدْ قُدِرَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু মাটিৰ পৰা ঝৰ্ণাসমূহ উৎসাৰিত কৰিলোঁ; ফলত এটা পৰিকল্পনা অনুসাৰে গোটেই পানী মিলিত হ’ল।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70