caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা An-Najm, আয়াত ৫২

মক্কা · অৱতৰণৰ ক্ৰম ২৩ · 53:52

وَقَوْمَ نُوحٍ مِّن قَبْلُ إِنَّهُمْ كَانُوا۟ هُمْ أَظْلَمَ وَأَطْغَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু ইয়াৰ পূৰ্বে নূহৰ সম্প্ৰদায়কো (তেৱেঁই ধ্বংস কৰিছে)। নিশ্চয় সিহঁত আছিল অতিশয় যালিম আৰু চৰম অবাধ্য।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70