caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Adh-Dhaariyat, আয়াত ৪৫

মক্কা · অৱতৰণৰ ক্ৰম ৬৭ · 51:45

فَمَا ٱسْتَطَٰعُوا۟ مِن قِيَامٍ وَمَا كَانُوا۟ مُنتَصِرِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanফলত সিহঁতে থিয় হ’বলৈকেও সক্ষম নহ’ল আৰু প্ৰতিৰোধো কৰিব নোৱাৰিলে।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70