caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Qaaf, আয়াত ৩

মক্কা · অৱতৰণৰ ক্ৰম ৩৪ · 50:3

أَءِذَا مِتْنَا وَكُنَّا تُرَابًا ذَٰلِكَ رَجْعٌۢ بَعِيدٌ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘আমি যেতিয়া মৃত্যুবৰণ কৰিম আৰু মাটিত পৰিণত হ'ম তথাপিও (আমি পুনৰুত্থিত হ'মনে?), এই প্ৰত্যাৱৰ্তন সুদূৰপৰাহত!’
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70