مَّنَّاعٍ لِّلْخَيْرِ مُعْتَدٍ مُّرِيبٍ Assamese Translation - Rafiqul Islam Habibur-Rahmanকল্যাণকৰ কামত প্ৰবল বাধা প্ৰদানকাৰী, সীমালংঘনকাৰী আৰু সন্দেহ পোষণকাৰীক।