caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Qaaf, আয়াত ২৩

মক্কা · অৱতৰণৰ ক্ৰম ৩৪ · 50:23

وَقَالَ قَرِينُهُۥ هَٰذَا مَا لَدَىَّ عَتِيدٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তাৰ সঙ্গীয়ে (ফিৰিস্তাই) ক’ব, ‘এয়া মোৰ ওচৰত আমলনামা প্ৰস্তুত আছে।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70