caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Qaaf, আয়াত ১৭

মক্কা · অৱতৰণৰ ক্ৰম ৩৪ · 50:17

إِذْ يَتَلَقَّى ٱلْمُتَلَقِّيَانِ عَنِ ٱلْيَمِينِ وَعَنِ ٱلشِّمَالِ قَعِيدٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযেতিয়া তাৰ সোঁফালে আৰু বাওঁফালে বহা দুজন ফিৰিস্তাই (তাৰ কৰ্মসমূহ) লিপিবদ্ধ কৰে।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70