caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Maaida, আয়াত ৭০

মদিনা · অৱতৰণৰ ক্ৰম ১১২ · 5:70

لَقَدْ أَخَذْنَا مِيثَٰقَ بَنِىٓ إِسْرَٰٓءِيلَ وَأَرْسَلْنَآ إِلَيْهِمْ رُسُلًا كُلَّمَا جَآءَهُمْ رَسُولٌۢ بِمَا لَا تَهْوَىٰٓ أَنفُسُهُمْ فَرِيقًا كَذَّبُوا۟ وَفَرِيقًا يَقْتُلُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় আমি বনী ইছৰাঈলৰ পৰা অঙ্গীকাৰ লৈছিলোঁ আৰু সিহঁতৰ ওচৰলৈ বহুতো ৰাছুল প্ৰেৰণ কৰিছিলোঁ। যেতিয়াই কোনো ৰাছুলে সিহঁতৰ ওচৰলৈ এনেকুৱা কোনো বিধান লৈ আহিছিল যিটো সিহঁতৰ প্ৰবৃত্তিৰ বিপৰীত আছিল, তেতিয়াই সিহঁতে কিছুমান ৰাছুলক মিথ্যাৰোপ কৰিছিল আৰু কিছুমানক হত্যা কৰিছিল।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70