caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Ahqaf, আয়াত ২৭

মক্কা · অৱতৰণৰ ক্ৰম ৬৬ · 46:27

وَلَقَدْ أَهْلَكْنَا مَا حَوْلَكُم مِّنَ ٱلْقُرَىٰ وَصَرَّفْنَا ٱلْـَٔايَٰتِ لَعَلَّهُمْ يَرْجِعُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় আমি ধ্বংস কৰিছিলোঁ তোমালোকৰ চাৰিওফালে থকা জনপদমূহক; আৰু আমি বিভিন্নভাৱে আয়াতসমূহ বিবৃত কৰিছিলোঁ, যাতে সিহঁতে (সৎপথলৈ) উভতি আহে।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70