caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Ad-Dukhaan, আয়াত ৭

মক্কা · অৱতৰণৰ ক্ৰম ৬৪ · 44:7

رَبِّ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ وَمَا بَيْنَهُمَآ إِن كُنتُم مُّوقِنِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজৰ সকলো বস্তুৰ প্ৰতিপালক; যদি তোমালোকে নিশ্চিত বিশ্বাসী হোৱা।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70