caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Az-Zukhruf, আয়াত ৮৯

মক্কা · অৱতৰণৰ ক্ৰম ৬৩ · 43:89

فَٱصْفَحْ عَنْهُمْ وَقُلْ سَلَٰمٌ فَسَوْفَ يَعْلَمُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে তুমি সিহঁতক উপেক্ষা কৰা আৰু কোৱা, ‘ছালাম’। কিন্তু সিহঁতে (ইয়াৰ পৰিণাম) অনতিপলমে জানিবলৈ পাব।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70