caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Az-Zukhruf, আয়াত ৮

মক্কা · অৱতৰণৰ ক্ৰম ৬৩ · 43:8

فَأَهْلَكْنَآ أَشَدَّ مِنْهُم بَطْشًا وَمَضَىٰ مَثَلُ ٱلْأَوَّلِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanফলত যিসকল ইহঁততকৈও শক্তিত প্ৰবল আছিল, সিহঁতকো আমি ধ্বংস কৰিছিলোঁ, আৰু পূৰ্বৱৰ্তীসকলৰ অনুৰূপ দৃষ্টান্ত অতীত হৈ গৈছে।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70