caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Az-Zukhruf, আয়াত ৪৯

মক্কা · অৱতৰণৰ ক্ৰম ৬৩ · 43:49

وَقَالُوا۟ يَٰٓأَيُّهَ ٱلسَّاحِرُ ٱدْعُ لَنَا رَبَّكَ بِمَا عَهِدَ عِندَكَ إِنَّنَا لَمُهْتَدُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে আৰু কৈছিল, ‘হে যাদুকৰ! তুমি তোমাৰ প্ৰতিপালকৰ ওচৰত আমাৰ বাবে দুআ কৰা, তোমাৰ প্ৰতিপালকে তোমাৰ লগত যিটো অংগীকাৰ কৰিছে, (সেইটো যদি পূৰণ হয় তেন্তে) নিশ্চয় আমি সৎপথ অৱলম্বন কৰিম’।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70