caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Az-Zukhruf, আয়াত ৪৮

মক্কা · অৱতৰণৰ ক্ৰম ৬৩ · 43:48

وَمَا نُرِيهِم مِّنْ ءَايَةٍ إِلَّا هِىَ أَكْبَرُ مِنْ أُخْتِهَا وَأَخَذْنَٰهُم بِٱلْعَذَابِ لَعَلَّهُمْ يَرْجِعُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআমি সিহঁতক যি নিদৰ্শনেই দেখুৱাইছোঁ সেয়া আছিল তাৰ আগৰ নিদৰ্শনতকৈ ডাঙৰ। আমি সিহঁতক শাস্তিৰ মাধ্যমত সতৰ্ক কৰিছিলোঁ, যাতে সিহঁতে (সৎপথলৈ) উভতি আহে।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70