caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Az-Zukhruf, আয়াত ২৫

মক্কা · অৱতৰণৰ ক্ৰম ৬৩ · 43:25

فَٱنتَقَمْنَا مِنْهُمْ فَٱنظُرْ كَيْفَ كَانَ عَٰقِبَةُ ٱلْمُكَذِّبِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanফলত আমি সিহঁতৰ পৰা প্ৰতিশোধ ল’লোঁ। এতেকে চোৱা, অস্বীকাৰকাৰীবিলাকৰ পৰিণাম কেনেকুৱা আছিল!
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70