caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Ghaafir, আয়াত ৫২

মক্কা · অৱতৰণৰ ক্ৰম ৬০ · 40:52

يَوْمَ لَا يَنفَعُ ٱلظَّٰلِمِينَ مَعْذِرَتُهُمْ وَلَهُمُ ٱللَّعْنَةُ وَلَهُمْ سُوٓءُ ٱلدَّارِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযিদিনা যালিমসকলৰ ওজৰ-আপত্তি সিহঁতৰ কোনো কামত নাহিব। সিহঁতৰ বাবে আছে অভিসম্পাত আৰু সিহঁতৰ বাবে আছে নিকৃষ্ট আবাস।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70