caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা An-Nisaa, আয়াত ৪০

মদিনা · অৱতৰণৰ ক্ৰম ৯২ · 4:40

إِنَّ ٱللَّهَ لَا يَظْلِمُ مِثْقَالَ ذَرَّةٍ وَإِن تَكُ حَسَنَةً يُضَٰعِفْهَا وَيُؤْتِ مِن لَّدُنْهُ أَجْرًا عَظِيمًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় আল্লাহে অণু পৰিমাণও অন্যায় নকৰে আৰু যদি সেয়া কোনো ধৰণৰ পূণ্য হয়, তেন্তে তেওঁ সেইটোক বহুগুণ বৃদ্ধি কৰি দিয়ে, আনকি নিজৰ ফালৰ পৰা মহাপ্ৰতিদান প্ৰদান কৰে।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70