caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা An-Nisaa, আয়াত ১৫৬

মদিনা · অৱতৰণৰ ক্ৰম ৯২ · 4:156

وَبِكُفْرِهِمْ وَقَوْلِهِمْ عَلَىٰ مَرْيَمَ بُهْتَٰنًا عَظِيمًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanলগতে সিহঁতে কুফৰী কৰাৰ কাৰণে আৰু মাৰয়ামৰ বিৰুদ্ধে গুৰুতৰ অপবাদ আৰোপ কৰাৰ কাৰণে (অভিশপ্ত হৈছিল)।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70