caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা An-Nisaa, আয়াত ১৪৮

মদিনা · অৱতৰণৰ ক্ৰম ৯২ · 4:148

لَّا يُحِبُّ ٱللَّهُ ٱلْجَهْرَ بِٱلسُّوٓءِ مِنَ ٱلْقَوْلِ إِلَّا مَن ظُلِمَ وَكَانَ ٱللَّهُ سَمِيعًا عَلِيمًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanবেয়া কথা প্ৰকাশ কৰাক আল্লাহে পছন্দ নকৰে, কিন্তু যাৰ ওপৰত অত্যাচাৰ কৰা হৈছে তাৰ বিষয়টো সুকীয়া; আৰু আল্লাহ সৰ্বশ্ৰোতা সৰ্বজ্ঞানী।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70