caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Az-Zumar, আয়াত ১১

মক্কা · অৱতৰণৰ ক্ৰম ৫৯ · 39:11

قُلْ إِنِّىٓ أُمِرْتُ أَنْ أَعْبُدَ ٱللَّهَ مُخْلِصًا لَّهُ ٱلدِّينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanকোৱা, ‘মোক আদেশ কৰা হৈছে, মই যেন আল্লাহৰ আনুগত্যত একনিষ্ঠ হৈ কেৱল তেওঁৰেই ইবাদত কৰোঁ,
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70