caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Saad, আয়াত ৩৬

মক্কা · অৱতৰণৰ ক্ৰম ৩৮ · 38:36

فَسَخَّرْنَا لَهُ ٱلرِّيحَ تَجْرِى بِأَمْرِهِۦ رُخَآءً حَيْثُ أَصَابَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেতিয়া আমি বতাহক তেওঁৰ অধীনস্থ কৰি দিলোঁ, যিটো তেওঁৰ আদেশত তেওঁ য’ত ইচ্ছা কৰিছিল সেই ঠাইতে মৃদুভাৱে প্ৰবাহিত হৈছিল,
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70