caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Saad, আয়াত ১৭

মক্কা · অৱতৰণৰ ক্ৰম ৩৮ · 38:17

ٱصْبِرْ عَلَىٰ مَا يَقُولُونَ وَٱذْكُرْ عَبْدَنَا دَاوُۥدَ ذَا ٱلْأَيْدِ إِنَّهُۥٓ أَوَّابٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে যি কয় সেই বিষয়ে তুমি ধৈৰ্য্য ধাৰণ কৰা আৰু স্মৰণ কৰা আমাৰ শক্তিশালী বান্দা দাউদৰ কথা, নিশ্চয় তেওঁ আছিল অধিক আল্লাহ অভিমুখী (তাওবাকাৰী)।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70