caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা As-Saaffaat, আয়াত ১৭৭

মক্কা · অৱতৰণৰ ক্ৰম ৫৬ · 37:177

فَإِذَا نَزَلَ بِسَاحَتِهِمْ فَسَآءَ صَبَاحُ ٱلْمُنذَرِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে যেতিয়া সিহঁতৰ চোতালত শাস্তি নামি আহিব তেতিয়া যিসকলক সতৰ্ক কৰা হৈছিল সিহঁতৰ প্ৰভাত কিমান যে নিকৃষ্ট হ’ব!
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70