وَإِذَا رَأَوْا۟ ءَايَةً يَسْتَسْخِرُونَ Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যেতিয়া সিহঁতে কোনো নিদৰ্শন দেখে, তেতিয়া সিহঁতে উপহাস কৰে।