caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা As-Saaffaat, আয়াত ১০৫

মক্কা · অৱতৰণৰ ক্ৰম ৫৬ · 37:105

قَدْ صَدَّقْتَ ٱلرُّءْيَآ إِنَّا كَذَٰلِكَ نَجْزِى ٱلْمُحْسِنِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘তুমি নিশ্চয় সপোনৰ আদেশ পালন কৰিছা! নিশ্চয় এইদৰেই আমি সৎকৰ্মশীলসকলক পুৰস্কৃত কৰোঁ’।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70